তৃতীয় সাময়িক মূল্যায়ন
বিষয় : গণিত
শ্ৰেণী : অষ্টম
সময় : 2 ঘণ্টা মুঠ নম্বৰ : 50
1.তলত দিয়া পূৰণৰ তালিকা খনৰ খালী ঘৰ বোৰ পূৰ কৰা। 1x8=8
× | 6x | −3y | 7xy | 8x2y3 |
|---|---|---|---|---|
6x | ||||
−5x2y |
2. পূৰণ ফল উলিওৱা। 2+3+4=9
(a) ( 7x−2y)(2x+7y)
(b) (1.5x−2.5y)(2.5x−1.5y)
(c) (3a2b2−4c)(a3b3+2a4b3c3−6abc)
3. সৰল কৰা। 3 x 2=6
i) y2(y3+3x)+y(2xy+y2)
ii)(32x4y3+94xy3)×41−61x4y3
4.(x+a)(x+b)=x2+(a+b)x+ab অভেদ ব্যৱহাৰ কৰি পূৰণ কৰা - 3 x 2=6
i)(4x3+8)(4x3+10) ii)(501×503)
5.(a+b)2=(a2+2ab+b2) ব্যৱহাৰ কৰি পূৰণফল উলিওৱা। 2 x 2=4
(i) (qp+pq)2 (ii)(481)2
6.(a−b)2=a2−2ab+b2 ব্যবহাৰ কৰি মান নিৰ্ণয় কৰা। 2 x 2=4
(i) (p2−q2)2 (ii) (296)2
7.দেখুওৱা যে - (3)
(a−b+c−d)2−(a+b−c+d)2+4a(b+d)=4ca
8. প্ৰকল্প। (10)