তৃতীয় সাময়িকী মূল্যায়ন
বিষয় : গণিত
শ্ৰেণী : ষষ্ঠ
সময় : 2 ঘণ্টা মুঠ নম্বৰ : 25
1) এটা বৰ্গৰ পৰিসীমা =16 , বৰ্গ টোৰ এটা বাহুৰ দৈৰ্ঘ্য=____________
2) আয়ত এটাৰ পৰিসীমা =18 cm প্ৰস্থ=3 cm , দৈৰ্ঘ=_____________
3)এটা ত্ৰিভুজৰ বাহু তিনিটাৰ জোখ ক্ৰমে 3 cm, 4 cm, আৰু 5 cm । ত্ৰিভুজ টোৰ পৰিসীমা =___________
2. মান নিৰ্ণয় কৰা। 2 x 3= 6
দীঘ | প্ৰস্থ | পৰিসীমা | |
|---|---|---|---|
আয়ত | 6 m | 4 m | ? |
আয়ত | 7cm | ? | 24cm |
আয়ত | ? | 100cm | 5m |
3. এটা ত্ৰিভুজৰ পৰিসীমা 47 cm। দুটা বাহুৰ দৈৰ্ঘ ক্ৰমে 21cm আৰু 15 cm। তৃতীয় বাহু টোৰ দৈৰ্ঘ কিমান? 2
1) আয়তৰ দৈৰ্ঘ= 5 cm, প্ৰস্থ= 3 cm
2) বৰ্গ এটাৰ বাহুৰ মাপ= 10 m
8.সত্য নে অসত্য লিখা। 3
1)আয়তৰ পৰিসীমা ইয়াৰ দৈৰ্ঘ আৰু প্ৰস্থৰ যোগফলৰ দুগুণ।
2)কালি বৰ্গ এককত জোখা হয়।
3)বৰ্গৰ পৰিসীমা ইয়াৰ বাহু কেইটাৰ দুগুণ।